Practice MCQs for the competitive exams like TET, APSC, SSC and many more...

প্ৰত্যেকজন TET শিক্ষকৰ বাবে বিগত TET পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ সমাধান কৰাটো বাধ্যতামূলক ৷ অন্যথা পৰীক্ষাৰ বাবে সম্পূৰ্ণ প্ৰস্ত্তি হোৱা নাই বুলি ক'ব পাৰি ৷ কেৱল TET পৰীক্ষাই নহয়, যিকোনো পৰীক্ষাৰ প্ৰস্ত্তিৰ বাবে বিগত পৰীক্ষাসমূহৰ প্ৰশ্নকাকতসমূহ সমাধা কৰাটো বাধ্যতামূলক বুলি ক'ব পাৰি (মতামত জনাব) আৰু সেইহেতুকে বিগত বছৰৰ TET পৰীক্ষাৰ গণিতৰ প্ৰশ্নসমূহৰ সমাধান আগবঢ়োৱা হ'ল ৷ আশা কৰোঁ সকলোৱে উপকৃত হ'ব ৷






Practice Mathematics MCQs for TET Examination in Assam - 2021



তলত কেইটামান অতি গুৰুত্ব গণিত MCQs সন্নিৱিষ্ট কৰা হৈছে ৷ Practice কৰিবলৈ তলত দিয়া বটনটোত ক্লিক কৰক ৷

Post a Comment

0 Comments