Assam's Jobs like - Private Jobs, Government Jobs etc

11 October 2021 North East Small Finance Bank Ltd(NESFB) Recruitment 2021 – 133 BDE, SWO, and Other Vacancy, Online Apply 


মুকলি হৈছে North East Small Finance Bank Ltd(NESFB) ১৩৩ টাকৈ পদ ৷ ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইন যোগেদি ঘৰতে বহি কৰিব পাৰিব আবেদন ৷ আবেদনৰ অন্তিম তাৰিখ হ'ল ১৮ অক্টোবৰ ৷







09 October 2021 Samagra Shiksha Assam (SSA) Recruitment – 97 Vacancies, Online Apply

অসমত মুকলি হৈছে ৯৭ টাকৈ পদ ৷ অসম সমগ্ৰ শিক্ষা (Samagra Shiksha Assam) ৰ ৯৭ টাকৈ পদ মুকলি হৈছে ৷ ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইন যোগেদি ঘৰতে বহি কৰিব পাৰিব আবেদন ৷ আবেদনৰ অন্তিম তাৰিখ ২৪ অক্টোবৰ বুলি ধাৰ্য্য কৰা হৈছে ৷









Post a Comment

0 Comments